Guwahati to Bhubneswar Direct Flight পুনৰাৰম্ভ কৰা হ’ব ইণ্ডিগো বিমান সেৱাৰ জৰিয়তে :-
পুৰী জগ্গনাথ তীৰ্থযাত্ৰা passanger বাবে ভাল খবৰ ইণ্ডিগো বিমান পুনৰাৰম্ভ কৰা হ’ব direct guwahati to bhubneswar or bhubneswar to guwahati। আৰু এই সেৱা টো নতুন বছৰ 2023 ৰ পৰা আৰম্ভ হ’ব বিমান সপ্তাহত চাৰিদিন উপলব্ধ হ’ব সোমবাৰে, বুধবাৰে, শুক্ৰবাৰে আৰু দেওবাৰে ।যিসকলে পুৰী ভ্ৰমণ কৰিবলৈ ইচ্ছুক তেওঁলোক লাভজনক হ’ব।
উল্লেখযোগ্য যে লকডাউনৰ আগতে দুখন চহৰৰ মাজত বিমান চলাচল সুচাৰুৰূপে চলি আছিল। ইণ্ডিগো ফ্লাইট সেৱাত চেভাৰ, ফ্লেক্সি প্লাছ আৰু চুপাৰ 6ই ৰ দৰে বিমান ভ্ৰমণৰ বাবে তিনিটা ভাড়াৰ পেকেজ আছে । গুগলৰ মতে ভুবনেেশ্বৰ বিমানবন্দৰৰ পৰা পুৰী দূৰত্ব প্ৰায় ৫৯ কিলোমিটাৰ আৰু 1 ঘণ্টা 34 মিনিট পাবলৈ সময় লাগিব।
বাতৰি উৎসটো Guwahati City.comৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ জৰিয়তে লোৱা হৈছে।